নদী পাৰ হোৱাৰ পূৰ্বে পঢ়ক এই খবৰ, আপোনাৰো হ’ব পাৰে এনে দশা, চাওঁক VIDEO

নদী পাৰ হোৱাৰ পূৰ্বে পঢ়ক এই খবৰ, আপোনাৰো হ’ব পাৰে এনে দশা, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ 'ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে।' এই কথাষাৰকে সঁচাত পৰিণত হ'ল ঝাৰখণ্ডত। ঘটনাটো বৃহস্পতিবাৰৰ। এজন লোক তেওঁৰ ট্ৰেক্টৰখনৰ সৈতে পাৰ হৈছিল নদী। তেনেতে সংঘটিত হয় অঘটন। হঠাৎ ফেনে ফোটোকাৰে বাহি আহে নদীৰ পানী।

পানী বাহি অহাৰ বাবে নদীৰ মাজভাগতে লাগি ধৰে ট্ৰেক্টৰৰ সৈতে চালকজন। নিজকে উদ্ধাৰৰ বাবে বহুতো চেষ্টা কৰিও বিফল হয় লোকজন। পৰৱৰ্তী সময়ত এখন বিশেষ বাহনেৰে লোকজনৰ লগতে লগতে ট্ৰেক্টৰ বাহনখন উদ্ধাৰ কৰা হয়। কোনোমতে ৰক্ষা পৰে লোকজন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in