শেহতীয়া খবৰ
ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...

নদী পাৰ হোৱাৰ পূৰ্বে পঢ়ক এই খবৰ, আপোনাৰো হ’ব পাৰে এনে দশা, চাওঁক VIDEO

732

ডিজিটেল ডেস্কঃ ‘ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে।’ এই কথাষাৰকে সঁচাত পৰিণত হ’ল ঝাৰখণ্ডত। ঘটনাটো বৃহস্পতিবাৰৰ। এজন লোক তেওঁৰ ট্ৰেক্টৰখনৰ সৈতে পাৰ হৈছিল নদী। তেনেতে সংঘটিত হয় অঘটন। হঠাৎ ফেনে ফোটোকাৰে বাহি আহে নদীৰ পানী।

পানী বাহি অহাৰ বাবে নদীৰ মাজভাগতে লাগি ধৰে ট্ৰেক্টৰৰ সৈতে চালকজন। নিজকে উদ্ধাৰৰ বাবে বহুতো চেষ্টা কৰিও বিফল হয় লোকজন। পৰৱৰ্তী সময়ত এখন বিশেষ বাহনেৰে লোকজনৰ লগতে লগতে ট্ৰেক্টৰ বাহনখন উদ্ধাৰ কৰা হয়। কোনোমতে ৰক্ষা পৰে লোকজন।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি