ঝাৰখণ্ডত আৰক্ষী-মাওবাদীৰ সংঘৰ্ষত নিহত ১জন জোৱান…

ঝাৰখণ্ডত আৰক্ষী-মাওবাদীৰ সংঘৰ্ষত নিহত ১জন জোৱান…

  • দেওবাৰে পুৱাই ঝাৰখণ্ডত আৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষ।
  • সংঘৰ্ষত প্ৰাণ হেৰুৱালে এজন আৰক্ষী জোৱানে।
  • লগতে আহত ৪জনকৈ আৰক্ষী জোৱান গুৰুতৰভাৱে আহত।
  • আৰক্ষীৰে সংঘৰ্ষত ৪টা মাওবাদীও নিহত।
  • আহত আৰক্ষী জোৱান কেইজনক হেলিকপ্টাৰেৰে নিয়া হৈছে হাস্পতাললৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in