ঝাৰখণ্ডত দুপৰীয়া ১ বজালৈকে ৪৫.৩ শতাংশ ভোটগ্ৰহণ সম্পন্ন

ঝাৰখণ্ডত দুপৰীয়া ১ বজালৈকে ৪৫.৩ শতাংশ ভোটগ্ৰহণ সম্পন্ন
  • ঝাৰখণ্ডত অব্যাহত ভোটগ্ৰহণ প্ৰক্ৰিয়া।
  • শনিবাৰে অনুষ্ঠিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত দুপৰীয়া ১ বজালৈকে ৪৫.৩ শতাংশ ভোটদান সম্পন্ন।
  • মুঠ ২০ খন আসনৰ বাবে হৈছে ভোটগ্ৰহণ।
  • কোনো কোনো স্থানত সংঘটিত হৈছে বিক্ষিপ্ত ঘটনা।
  • জনসাধাৰণৰে আৰক্ষীৰ হতাহতিত বৰ্তমান লৈকে আৰক্ষী বিভাগৰ লোকসহ আহত হৈছে ৭ জন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in