ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান সম্পন্ন, দোষী সাব্যস্ত ১২ জনক…

ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান সম্পন্ন, দোষী সাব্যস্ত ১২ জনক…
  • সোমবাৰে কৰা হয় ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান।
  • ডিফু সত্ৰ ন্যায়াধীশৰ বিচাৰপীঠে দিলে ৰায়।
  • ১২ জনক দোষী সাব্যস্ত।
  • ২৮ ফেব্ৰুৱাৰীত কৰা হ'ব শাস্তি ঘোষণা।
  • আনোৱাৰ উদ্দিন আহমেদৰ বিচাৰ পীঠে দিয়ে ৰায়।
  • ২৮ ফেব্ৰুৱাৰীতহে জানিব পৰা যাব দোষীকেইজনৰ শাস্তিৰ বিষয়ে।
  • ২০১৩ চনৰ ২৫ জুনত ডিফুত অট'ৰিক্সাৰ ভাড়াক কেন্দ্ৰ কৰি আৰক্ষী আৰু পিতৃৰ উপস্থিতিতে একাংশ লোকে প্ৰহাৰ কৰিছিল ঝংকাৰক।
  • তেওঁক ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাছিল পিতৃও।
  • তাৰ পিছতে গুৱাহাটীৰ চিকিৎসালয়ত ১ জুলাইত ঝংকাৰৰ মৃত্যু হৈছিল।
  • ঘটনাটোৰ তদন্ত কৰি দুগৰাকী আৰক্ষীৰ লোকসহ মুঠ ১৬ জনক আৰক্ষীয়ে অভিযুক্ত কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in