শেহতীয়া খবৰ
টিহুত উৰাবাতৰি! হাতে হাতে যাঠি-জোং লৈ পথাৰে পথাৰে গঞা, গ্ৰেপ্তাৰ ৩ জন  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  কোৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াটো এখন যুদ্ধতকৈ কম নহয়, মই অকলে নহয়, আমি সকলো একেলগে আছোঃ প্ৰধানমন্ত্ৰী মোডী  •  স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ কি ক'লে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে, VIDEO  •  চেঙাৰ ৰৌমাৰী গাঁৱত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক বিভিন্নজনৰ সহায়ৰ হাত  •  দলৰ জন্মদিনত প্ৰতিজন কাৰ্যকৰ্তাই দৰিদ্ৰ লোকক সহায় কৰো আহকঃ বিজেপিৰ জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  স্পেনিছ গাৰ্ডেনত কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগু  •  চামগুৰিত এম্বুলেঞ্চলৈ শিলগুটি নিক্ষেপ  •  কি খাইছে ঘৰৰ ভিতৰতে আবদ্ধ স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকলে, VIDEO

ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান সম্পন্ন, দোষী সাব্যস্ত ১২ জনক…

1,734
  • সোমবাৰে কৰা হয় ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান।
  • ডিফু সত্ৰ ন্যায়াধীশৰ বিচাৰপীঠে দিলে ৰায়।
  • ১২ জনক দোষী সাব্যস্ত।
  • ২৮ ফেব্ৰুৱাৰীত কৰা হ’ব শাস্তি ঘোষণা।
  • আনোৱাৰ উদ্দিন আহমেদৰ বিচাৰ পীঠে দিয়ে ৰায়।
  • ২৮ ফেব্ৰুৱাৰীতহে জানিব পৰা যাব দোষীকেইজনৰ শাস্তিৰ বিষয়ে।
  • ২০১৩ চনৰ ২৫ জুনত ডিফুত অট’ৰিক্সাৰ ভাড়াক কেন্দ্ৰ কৰি আৰক্ষী আৰু পিতৃৰ উপস্থিতিতে একাংশ লোকে প্ৰহাৰ কৰিছিল ঝংকাৰক।
  • তেওঁক ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাছিল পিতৃও।
  • তাৰ পিছতে গুৱাহাটীৰ চিকিৎসালয়ত ১ জুলাইত ঝংকাৰৰ মৃত্যু হৈছিল।
  • ঘটনাটোৰ তদন্ত কৰি দুগৰাকী আৰক্ষীৰ লোকসহ মুঠ ১৬ জনক আৰক্ষীয়ে অভিযুক্ত কৰিছিল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি