শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

ত্ৰিপুৰাৰ সাংবাদিক জীতেন্দ্ৰ দেৱ বৰ্মাৰ মৃত্যুত জাৰ্ণেলিষ্ট ফৰাম আছামৰ শোক প্ৰকাশ…

130

ডিজিটেল ডেস্কঃ ত্ৰিপুৰাৰ ফটো সাংবাদিক জীতেন্দ্ৰ দেব বৰ্মাৰ মৃত্যুত শোক প্ৰকাশ কৰে জাৰ্ণেলিষ্ট ফৰাম আছামে। উল্লেখ্য যে, কোৰোনা সৃষ্ট পৰিৱেশৰ মাজতে ২০ অক্টোবৰ অৰ্থাৎ সোমবাৰে ফটো সাংবাদিকগৰাকীৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৬ বছৰ।

তেওঁৰ দেহত কোভিড সদৃশ লক্ষণ দেখা পোৱা গৈছিল যাৰ পাছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও সোমবাৰে তেওঁক মৃত ঘোষণা কৰে চিকিৎসকে। উল্লেখ্য যে, খুমুলং হাস্পতালত ভৰ্তি কৰা হৈছে কৰা হৈছিল তেওঁক। জীতেন্দ্ৰ দেৱ বৰ্মাই মৃত্যুৰ সময়ত এৰি থৈ যায় দুগৰাকী কন্যাক।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি