প্ৰতিষ্ঠাপক অধ্যক্ষ নৰেশ গোৱেলে এৰিব জেট এয়াৰৱেইজ…

প্ৰতিষ্ঠাপক অধ্যক্ষ নৰেশ গোৱেলে এৰিব জেট এয়াৰৱেইজ…
  • জেট এয়াৰৱেইজৰে সম্পৰ্ক ত্যাগ কৰিলে নৰেশ গোৱেলে।
  • এই বিমান পৰিবহণ সন্থাটোৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল নৰেশ গোৱেল।
  • জেট এয়াৰৱেইজৰ পৰিচালন মণ্ডলীৰ সদস্যৰ পৰা গোৱেলৰ পত্নী অনিতা গোৱেলৰ পদত্যাগ।
  • চৰম বিত্তীয় সংকটত এই বিমানসেৱা পৰিষ্ঠানটো।
  • যোৱা সপ্তাহত জেট এয়াৰৱেইজৰ বৈমানিকে দৰমহা নাপালে বিমান নচলোৱাৰ হুংকাৰ দিছিল।
  • প্ৰধানমন্ত্ৰীলৈও জেট এয়াৰৱেইজৰ বৈমানিকে লিখিছিল পত্ৰ।
  • এই প্ৰতিষ্ঠানটোত ৫১ শতাংশ শ্বেয়াৰ আছিল নৰেশ গোৱেলৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in