শেহতীয়া খবৰ
২০ জুলাইত ওদালগুৰি আছুৱে সম্বৰ্ধনা জনাব ২১৯ গৰাকী মেধাৱী শিক্ষাৰ্থীক  •  ৰহাত এনএছইউআইৰ বান সাহায্য সংগ্ৰহ  •  মহিলাক জীৱন্তে দাহঃ ২ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড  •  ওদালগুৰি জিলাত জাপানী এনকেফেলাইটিছৰ আতংকঃ ৩ জনৰ মৃত্যু, ৩২ গৰাকী সন্দেহজনক ৰোগী চিনাক্ত  •  ভাতৃক ৮ টা গুলীৰে গুলীয়াই হত্যাঃ সেই খবৰ পাইয়ো খেলপথাৰত দুৰ্দান্ত প্ৰদৰ্শন আৰ্চৰৰ...  •  হৰিশিঙাত নদীত উটি যোৱা ক্লেনিজ বসুমতাৰী নামৰ আনজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ...  •  বাহনসহ নৈত বাগৰি পৰিল এটা পৰিয়াল, কথমপি বাচিল প্ৰাণ  •  ভয়ংকৰ পথ দুৰ্ঘটনাত ৯ জনৰ মৃত্যু...  •  এতিয়াৰ পৰা পোছাকত চি চি কেমেৰা আঁৰি ডিউটি কৰিব ট্ৰফিক আৰক্ষীয়ে...  •  ২২ জুলাইত জোনবাইলৈ উৰা মাৰিব চন্দ্ৰযান-২

প্ৰতিষ্ঠাপক অধ্যক্ষ নৰেশ গোৱেলে এৰিব জেট এয়াৰৱেইজ…

136
  • জেট এয়াৰৱেইজৰে সম্পৰ্ক ত্যাগ কৰিলে নৰেশ গোৱেলে।
  • এই বিমান পৰিবহণ সন্থাটোৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল নৰেশ গোৱেল।
  • জেট এয়াৰৱেইজৰ পৰিচালন মণ্ডলীৰ সদস্যৰ পৰা গোৱেলৰ পত্নী অনিতা গোৱেলৰ পদত্যাগ।
  • চৰম বিত্তীয় সংকটত এই বিমানসেৱা পৰিষ্ঠানটো।
  • যোৱা সপ্তাহত জেট এয়াৰৱেইজৰ বৈমানিকে দৰমহা নাপালে বিমান নচলোৱাৰ হুংকাৰ দিছিল।
  • প্ৰধানমন্ত্ৰীলৈও জেট এয়াৰৱেইজৰ বৈমানিকে লিখিছিল পত্ৰ।
  • এই প্ৰতিষ্ঠানটোত ৫১ শতাংশ শ্বেয়াৰ আছিল নৰেশ গোৱেলৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি