জেইই কেলেংকাৰীৰ ভাড়াতীয়া পৰীক্ষাৰ্থী প্রদীপ কুমাৰক গ্রেপ্তাৰ…

জেইই কেলেংকাৰীৰ ভাড়াতীয়া পৰীক্ষাৰ্থী প্রদীপ কুমাৰক গ্রেপ্তাৰ…
  • জেইই কাণ্ডৰ অন্যতম অভিযুক্ত প্রদীপ কুমাৰক গ্রেপ্তাৰ ।
  • নতুন দিল্লীত গ্রেপ্তাৰ কৰে প্রদীপ কুমাৰক ।
  • ভুৱা পৰীক্ষাৰ্থী যোগান চক্রৰ অন্যতম প্রদীপ কুমাৰ ।
  • নীল নক্ষত্রৰ হৈ পৰীক্ষা দিছিল প্রদীপ কুমাৰে ।
  • দিল্লীৰ পৰা গুৱাহাটী আৰক্ষীৰ সহযোগত লৈ অনা হয় প্ৰদীপ কুমাৰক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in