উত্তৰাখণ্ডত তুষাৰপাত, বৰফেৰে আগুৰি ধৰিছে কেদাৰনাথ মন্দিৰ

উত্তৰাখণ্ডত তুষাৰপাত, বৰফেৰে আগুৰি ধৰিছে কেদাৰনাথ মন্দিৰ
  • উত্তৰাখণ্ডত তুষাৰপাত।
  • তুষাৰপাতৰ ফলত যান-বাহন চলাচল ব্যাহত হৈ পৰিছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত।
  • ইফালে, তুষাৰপাতৰ ফলত মঙলবাৰে কেদাৰনাথ মন্দিৰলৈ যাব পৰা নাই ভক্ত।
  • মন্দিৰটোৰ চাৰিওফালে বৰফে আগুৰি ধৰাৰ ফলত যাব পৰা নাই ভক্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in