আজি জে ডি (ইউ) দলে প্ৰকাশ কৰিব নিৰ্বাচনী ইস্তাহাৰ, ‘কেব’ বিৰোধিতাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিব ইস্তাহাৰত

আজি জে ডি (ইউ) দলে প্ৰকাশ কৰিব নিৰ্বাচনী ইস্তাহাৰ, ‘কেব’ বিৰোধিতাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিব ইস্তাহাৰত
  • আজি JD(U) দলে প্ৰকাশ কৰিব নিৰ্বাচনী ইস্তাহাৰ।
  • প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ৩ দিন পিছত পাটনাত আজি প্ৰকাশ কৰিব নিশ্চয় পত্ৰ।
  • দলটোৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিব ইস্তাহাৰত।
  • দিল্লীত আছু নেতৃত্বত বিধেয়ক বিৰোধিতাৰ আশ্বাস প্ৰদান কৰিছিল JD(U) নেতা কে চি ত্যাগীয়ে।
  • ইস্তাহাৰত সংবিধানৰ ৩৭০ অনুচ্ছেদ, ৩৫ A আৰু ৰাম মন্দিৰ প্ৰসংগ উল্লেখ থকাৰ সম্ভাৱনা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in