সংসদ ভৱনৰ দিশে আগবাঢ়িছে জে এন ইউৰ প্ৰতিবাদী মিছিল…

সংসদ ভৱনৰ দিশে আগবাঢ়িছে জে এন ইউৰ প্ৰতিবাদী মিছিল…
  • দিল্লীত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে বাহিৰ কৰিছে প্ৰতিবাদী মিছিল।
  • সংসদ ভৱনৰ দিশে আগবাঢ়িছে এই প্ৰতিবাদী মিছিল।
  • বিশ্ববিদ্যালয়খনৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰিছে এই প্ৰতিবাদ।
  • শ শ আৰক্ষী জোৱান উপস্থিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে।
  • ইফালে, সংসদ ভৱনত আৰম্ভ হৈছে শীতকালীন অধিবেশন।
  • সংসদভৱনৰ কাষত জাৰি কৰা হৈছে ১৪৪ ধাৰা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in