শেহতীয়া খবৰ
কোৰোনাৰ মহাসংকটৰ মাজতে ইউপিপিএলৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন...  •  ঐতিহাসিক আলাবৈত ৰাজ্য চৰকাৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...  •  জু তিনি আলিৰ মাডাৰ টেৰেছা পথত হঠাৎ দাউ দাউকৈ জ্বলিল চাফাৰি...  •  জু তিনি আলিৰ মাডাৰ টেৰেছা পথত হঠাৎ দাউ দাউকৈ জ্বলিল চাফাৰি...  •  ধুটি-কুৰ্তা পিন্ধি অযোধ্যালৈ ৰাওনা হ'ল নৰেন্দ্ৰ মোদী...  •  প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈয়েই মৃত্যুক সাৱটিব লগা হৈছে হাইস্কুলৰ ফিক্সড পেৰ শিক্ষকে...  •  লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি ৭০ সংখ্যক মৃত্যু দিৱস...  •  ৰাম মন্দিৰৰ বাবে সুদীৰ্ঘ ২৮ বছৰ আছিল অনাহাৰে কিন্তু নাপালে নিমন্ত্ৰণ...  •  ৰাম মন্দিৰৰ ভূমি পূজনত অংশ লোৱা প্ৰত্যেকেই পাব বিশেষ উপহাৰ...  •  মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱাজী ৰাও পাটিলৰ মৃত্যু...

সংসদ ভৱনৰ দিশে আগবাঢ়িছে জে এন ইউৰ প্ৰতিবাদী মিছিল…

615
  • দিল্লীত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে বাহিৰ কৰিছে প্ৰতিবাদী মিছিল।
  • সংসদ ভৱনৰ দিশে আগবাঢ়িছে এই প্ৰতিবাদী মিছিল।
  • বিশ্ববিদ্যালয়খনৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰিছে এই প্ৰতিবাদ।
  • শ শ আৰক্ষী জোৱান উপস্থিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে।
  • ইফালে, সংসদ ভৱনত আৰম্ভ হৈছে শীতকালীন অধিবেশন।
  • সংসদভৱনৰ কাষত জাৰি কৰা হৈছে ১৪৪ ধাৰা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি