ৰোগী লৈ আহোতেই ৰাজপথত দপদপাই জ্বলিল ১০৮ এম্বুলেন্স…

ৰোগী লৈ আহোতেই ৰাজপথত দপদপাই জ্বলিল ১০৮ এম্বুলেন্স…
  • মহানগৰীৰ জটীয়াত অঘটন।
  • চলন্ত এম্বুলেঞ্চত ভয়ংকৰ অগ্নিকাণ্ড।
  • ৰোগী লৈ আহি থাকোতেই ৰাজপথত ভয়ংকৰ ঘটনা।
  • চলন্ত অৱস্থাতে শ্বৰ্ট চাৰ্কিট হৈ জ্বলিল এম্বুলেঞ্চ।
  • কথমপি ৰক্ষা পৰিল এম্বুলেঞ্চত থকা ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in