শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২০৪জন কোভিড পজিটিভ, সুস্থ হৈছে ২৯৬১জন...  •  ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...

প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ…

59
  • প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰাস্বামীৰ।
  • তেওঁ শিৱমোগ্গাত সংবাদমাধ্যমৰ আগত নৰেন্দ্ৰ মোডীক সমালোচনা কৰি কয়-
  • ‘বিজেপিয়ে কয় যে মই ২০ বাৰকৈ গা ধোৱাৰ মোৰ দেহৰ ক’লা ৰং থাকিবই।’
  • ‘হয় মই মোডীৰ দৰে নহয়।’
  • ‘যিজন মোডীয়ে প্ৰতিদিনে পুৱাই দাঢ়ি কাটে।’
  • ‘মই সাধাৰণ জীৱন যাপন কৰি ভাল পাওঁ।’
  • ‘দুখীয়া-দৰিদ্ৰ শ্ৰেণীৰ মানুহৰ লগত থাকি ভাল পাওঁ।’
  • ‘মই দুখীয়া মানুহক স্পৰ্শ কৰাৰ পাছত হাত ধোবলৈ নাযাওঁ।’
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি