প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ…

প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ…
  • প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰাস্বামীৰ।
  • তেওঁ শিৱমোগ্গাত সংবাদমাধ্যমৰ আগত নৰেন্দ্ৰ মোডীক সমালোচনা কৰি কয়-
  • 'বিজেপিয়ে কয় যে মই ২০ বাৰকৈ গা ধোৱাৰ মোৰ দেহৰ ক'লা ৰং থাকিবই।'
  • 'হয় মই মোডীৰ দৰে নহয়।'
  • 'যিজন মোডীয়ে প্ৰতিদিনে পুৱাই দাঢ়ি কাটে।'
  • 'মই সাধাৰণ জীৱন যাপন কৰি ভাল পাওঁ।'
  • 'দুখীয়া-দৰিদ্ৰ শ্ৰেণীৰ মানুহৰ লগত থাকি ভাল পাওঁ।'
  • 'মই দুখীয়া মানুহক স্পৰ্শ কৰাৰ পাছত হাত ধোবলৈ নাযাওঁ।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in