শেহতীয়া খবৰ
চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...  •  জম্মু-কাশ্মীৰত চলোৱা অভিযানৰ বাবে দোষী ভাৰতীয় সেনা জোৱান! তদন্তৰ নিৰ্দেশ...  •  দৰঙত জাৰি ১৪৪ ধাৰা...  •  ঝাৰখণ্ডত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, VIDEO  •  ধেমাজি জলসম্পদ বিভাগৰ গাফিলতি বাবেই ছিগিল ৰতুৱা মথাউৰি!...

আমেৰিকাত কৃষ্ণাংগ লোকক গুলীওৱাৰ বিৰোধিতাৰে ডব্লিউ টি এ ছেমি ফাইনেল নেখেলাৰ সিদ্ধান্ত টেনিছ খেলুৱৈ নাওমীৰ

405

ডিজিটেল ডেস্কঃ ডব্লিউ টি এ ছেমি ফাইনেল নেখেলে জাপানৰ মহিলা টেনিছ খেলুৱৈ নাওমী অছাকাই। তেওঁ সাংবাদিকৰ আগত সদৰী কৰা অনুসৰি, আমেৰিকা যুক্ত ৰাষ্ট্ৰত এজন কৃষ্ণাংগ লোকক গুলীওৱা ঘটনাৰ বিৰোধিতাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে খেলুৱৈগৰাকীয়ে।

উল্লেখ্য যে, আমেৰিকাৰ কেনোছা আৰক্ষীয়ে যোৱা দেওবাৰৰ সন্ধিয়া গুলীয়াই কৃষ্ণাংগ জেকব ব্লেকক। নিজৰ বাহনত উঠিবলৈ লোৱা সময়তে আৰক্ষীয়ে গুলীয়াই জেকব ব্লেকক।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি