গুৱাহাটীৰ আই আই টিত জাপানৰ ছাত্ৰৰ ৰহস্যজনক আত্মহত্যা

গুৱাহাটীৰ আই আই টিত জাপানৰ ছাত্ৰৰ ৰহস্যজনক আত্মহত্যা
  • গুৱাহাটীৰ আই আই টিত জাপানৰ ছাত্ৰৰ আত্মহত্যা।
  • বৃহস্পতিবাৰে আবেলি আত্মহত্যা কৰে এই ছাত্ৰজনে।
  • জাপানৰ পৰা শৈক্ষিক বিনিময়ৰ এক পাঠ্যক্ৰমত অংশ ল'বলৈ গুৱাহাটীৰ আই আই টিলৈ আহিছিল ছাত্ৰজন।
  • জাপানৰ গীফু বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল তেওঁ।
  • ৩০ নৱেম্বৰত জাপানলৈ উভতাৰ কথা আছিল ছাত্ৰগৰাকী।
  • বৃহস্পতিবাৰে তেওঁৰ কোঠা বন্ধ হৈ থকাত হোষ্টেলৰ আবাসীয়ে খবৰ দিছিল আই আই টিৰ কৰ্তৃপক্ষক।
  • আৰক্ষীয়ে আহি ছাত্ৰজনক গা-ধোৱা ঘৰৰ ভেণ্টিলেটৰত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰিছিল।
  • লগে লগে এই সন্দৰ্ভত আই আই টি কৰ্তৃপক্ষই জনায় কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in