শেহতীয়া খবৰ
লখিমপুৰৰ বগীনদীত কেবৰ বিৰুদ্ধে ৭ সংগঠনৰ প্ৰতিবাদ-পথ অৱৰোধৰ লগতে প্ৰতিকৃতি দাহ  •  ডিব্ৰুগড়ত 'No Cab' আতংক! বিধায়কৰ ঘৰ, এজিপি-বিজেপিকে ধৰি সকলো ৰাজনৈতিক দলৰে কাৰ্যালয়ত আছুৰ কেব বিৰোধী অভিযান, VIDEO  •  কৰ্ণাটকত অস্ত্ৰ আৰু ৫খন বাহনসহ ৪ দুৰ্বৃত্তক গ্ৰেপ্তাৰ...  •  কেবৰ বিৰুদ্ধে কটনিয়ানৰ প্ৰতিবাদঃ কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰে বিশেষ আলাপ...  •  কোকৰাঝাৰত নেচনেল ইনিচিয়েটিভ ফৰ স্কুল হেড এণ্ড টিচাৰ্ছ হলিষ্টিক এডভান্সমেণ্ট চমুকৈ নিষ্ঠাৰ প্ৰশিক্ষণ সমাপ্ত, শিক্ষা হ'ল জীৱনৰ লাইখূঁটাঃ জে পি ব্ৰহ্ম  •  ১০০ শতাংশ অপৰাধ দূৰ কৰাতো ভগৱান ৰামৰ বাবেও হয়তো সম্ভৱ নহয়ঃ মন্ত্ৰী ৰণবেন্দ্ৰ প্ৰতাপ সিং... VIDEO  •  প্ৰসংগঃ নাগৰিকত্ব সংশোধনী বিধেয়ক, চেঙাত আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী, VIDEO  •  শিক্ষা বিভাগৰ আজৱ কাণ্ড! অসমীয়া মাধ্যমৰ বিদ্যালয়ত বিলালে বাংলা ভাষাৰ পুথি, VIDEO  •  ২২ ডিচেম্বৰত মহানগৰীত 'আছাম কিডছ ছুপাৰ টেলেণ্ট' প্ৰতিযোগিতা, প্ৰদান কৰা হ'ব 'চিলড্ৰেন ছুপাৰ টেলেণ্ট এৱাৰ্ড, ২০১৯’  •  তামিলনাডুৰ নদীত জাৱৰ পেলালে টাউন পঞ্চায়ত কৰ্মীয়ে... VIDEO

গুৱাহাটীৰ আই আই টিত জাপানৰ ছাত্ৰৰ ৰহস্যজনক আত্মহত্যা

533
  • গুৱাহাটীৰ আই আই টিত জাপানৰ ছাত্ৰৰ আত্মহত্যা।
  • বৃহস্পতিবাৰে আবেলি আত্মহত্যা কৰে এই ছাত্ৰজনে।
  • জাপানৰ পৰা শৈক্ষিক বিনিময়ৰ এক পাঠ্যক্ৰমত অংশ ল’বলৈ গুৱাহাটীৰ আই আই টিলৈ আহিছিল ছাত্ৰজন।
  • জাপানৰ গীফু বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল তেওঁ।
  • ৩০ নৱেম্বৰত জাপানলৈ উভতাৰ কথা আছিল ছাত্ৰগৰাকী।
  • বৃহস্পতিবাৰে তেওঁৰ কোঠা বন্ধ হৈ থকাত হোষ্টেলৰ আবাসীয়ে খবৰ দিছিল আই আই টিৰ কৰ্তৃপক্ষক।
  • আৰক্ষীয়ে আহি ছাত্ৰজনক গা-ধোৱা ঘৰৰ ভেণ্টিলেটৰত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰিছিল।
  • লগে লগে এই সন্দৰ্ভত আই আই টি কৰ্তৃপক্ষই জনায় কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি