অভয়াপুৰীত জাপানীজ এনকেফেলাইটিছত একে সপ্তাহতে দুজনৰ মৃত্যু

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • অভয়াপুৰীত জাপানীজ এনকেফেলাইটিছৰ আতংক।
  • একে সপ্তাহতে মৃত্যু দুজনৰ।
  • আমতোলাৰ অনিমেষ বৰুৱা (৬৭) নামৰ লোকজনৰ মৃত্যু।
  • বিগত কিছুদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল লোকজন।
  • যোৱা ১৪ জুলাইত খোৰাগাঁৱত একে ৰোগত মৃত্যু হৈছিল সুনীল শীল (৬০) নামৰ এজন লোকৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in