জাপানত বিস্ফোৰণ, আহত ৪২

জাপানত বিস্ফোৰণ, আহত ৪২
  • জাপানৰ ছাপ্প'ৰ চিটিত বোমা বিস্ফোৰণ।
  • দেওবাৰে নিশা সংঘটিত হয় এই বিস্ফোৰণ।
  • এই বিস্ফোৰণত আহত হয় ৪২জন লোক।
  • ইয়াৰ পাছতেই এটা ঘৰত সূত্ৰপাত অগ্নিকাণ্ড।
  • এই বিস্ফোৰণৰ কাৰণ সন্দৰ্ভত এতিয়াও জানিব পৰা হোৱা নাই।
  • বিস্ফোৰণৰ পাছতেই সমগ্ৰ অঞ্চলত বিয়পি পৰে দুৰ্গোন্ধ।
  • বিস্ফোৰণত আহত হোৱা কেবাজনৰো অৱস্থা সংকটজনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in