জাপানীজ এনকেফেলাইটিছে প্ৰাণ ল’লে ৰাজ্যৰ ২ শিক্ষাৰ্থীৰ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • ৰাজ্যত অব্যাহত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ।
  • বৃহস্পতিবাৰে পুৱা ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় লেখাপানীৰ উদয়পুৰৰ এজন ছাত্ৰৰ।
  • ২৬ জুলাইৰ পৰা অসম মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল ছাত্ৰজন।
  • আনহাতে, ঢেকীয়াজুলিৰ ঠেলামৰাতো এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে এগৰাকী ছাত্ৰীৰ।
  • মৃত ছাত্ৰীগৰাকীৰ নাম পল্লৱী দাস।
  • তেজপুৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ছাত্ৰীগৰাকীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in