শেহতীয়া খবৰ
'কা’ আমাৰ প্ৰতিশ্ৰুতি আছিল, আৰু আমি সেই প্ৰতিশ্ৰুতি পূৰণ কৰিছোঃ ৰাজনাথ সিং  •  উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ প্ৰবন্ধক সঞ্জীৱ ৰায়ৰ বৰপথাৰ পৰিদৰ্শন  •  দিল্লীৰ শ্বাহীন বাগত অব্যাহত আছে মহিলাৰ ‘কা’-এনআৰচি বিৰোধী প্ৰতিবাদ...  •  জম্মু-কাশ্মীৰৰ অৱন্তীপুৰাত আৰক্ষী-নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী...  •  ‘কা’, এনআৰচি, এনপিআৰৰ বিৰুদ্ধে দাৰ্জিলিঙত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিবাদী সমদল বাহিৰ...  •  দিল্লীৰ বিধানসভা নিৰ্বাচনঃ বিজেপিৰ ৪০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ  •  পাকিস্তান এক ধৰ্মৰ দেশ, আনকি আমেৰিকাও ধৰ্মশাসিত দেশ, ভাৰত কেৱল ধৰ্ম নিৰপেক্ষ দেশঃ ৰাজনাথ সিং  •  দেশৰ আন প্ৰান্তৰ সৈতে অসমত ’কা’ৰ প্ৰসংগ নিমিলেঃ সৰ্বোচ্চ ন্যায়ালয়ৰ স্পষ্ট মন্তব্য…  •  দেশৰ আন প্ৰান্তৰ সৈতে অসমত ’কা’ৰ প্ৰসংগ নিমিলেঃ সৰ্বোচ্চ ন্যায়ালয়ৰ স্পষ্ট মন্তব্য…  •  অমিত শ্বাহক সমালোচনা প্ৰশান্ত কিশোৰৰ, ক’লে- ‘যদি আপুনি কা বিৰোধী প্ৰতিবাদক গুৰুত্ব নিদিয়ে, তেন্তে...’

মোৰ লক্ষ্য স্বৰ্ণ পদকঃ আন্তৰাষ্ট্ৰীয় মহিলা বক্সিং চেম্পিয়নশ্বিপৰ প্ৰথমখন খেলত অসম কন্যা যমুনা বড়োৰ বিজয়…

489
  • বিশ্বৰ ক্ৰীড়াক্ষেত্ৰত উজলিছে অসম কন্যা যমুনা বড়ো।
  • আন্তৰাষ্ট্ৰীয় মহিলা বক্সিং চেম্পিয়নশ্বিপৰ প্ৰথমখন খেলত জয়লাভ যমুনা বড়োৰ।
  • প্ৰথমবাৰলৈ এই টুৰ্নামেন্টত অংশ লৈছে যমুনাই।
  • প্ৰথমখন খেলতে ৫৪ কিঃগ্ৰাঃ শাখাত মংগোলিয়াৰ প্ৰতিদ্বন্দ্বীক ৫-০ত পৰাজিত কৰে বক্সাৰ যুমনা বড়োয়ে।
  • খেলৰ শেষত যমুনা বড়োয়ে কয় যে- ‘মই যথেষ্ট সুখী, এই টুৰ্নামেন্টত এইখন মোৰ প্ৰথমখন খেল’।’
  • ‘পৰৱৰ্তী খেলসমুহতো জয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ চেষ্টা কৰি যাম।’
  • ‘মোৰ লক্ষ্য হৈছে স্বৰ্ণ পদক।’
  • ‘ইয়াৰ বাবে মই যথেষ্ট কষ্টও কৰিছো।’
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি