মোৰ লক্ষ্য স্বৰ্ণ পদকঃ আন্তৰাষ্ট্ৰীয় মহিলা বক্সিং চেম্পিয়নশ্বিপৰ প্ৰথমখন খেলত অসম কন্যা যমুনা বড়োৰ বিজয়…

মোৰ লক্ষ্য স্বৰ্ণ পদকঃ আন্তৰাষ্ট্ৰীয় মহিলা বক্সিং চেম্পিয়নশ্বিপৰ প্ৰথমখন খেলত অসম কন্যা যমুনা বড়োৰ বিজয়…
  • বিশ্বৰ ক্ৰীড়াক্ষেত্ৰত উজলিছে অসম কন্যা যমুনা বড়ো।
  • আন্তৰাষ্ট্ৰীয় মহিলা বক্সিং চেম্পিয়নশ্বিপৰ প্ৰথমখন খেলত জয়লাভ যমুনা বড়োৰ।
  • প্ৰথমবাৰলৈ এই টুৰ্নামেন্টত অংশ লৈছে যমুনাই।
  • প্ৰথমখন খেলতে ৫৪ কিঃগ্ৰাঃ শাখাত মংগোলিয়াৰ প্ৰতিদ্বন্দ্বীক ৫-০ত পৰাজিত কৰে বক্সাৰ যুমনা বড়োয়ে।
  • খেলৰ শেষত যমুনা বড়োয়ে কয় যে- 'মই যথেষ্ট সুখী, এই টুৰ্নামেন্টত এইখন মোৰ প্ৰথমখন খেল'।'
  • 'পৰৱৰ্তী খেলসমুহতো জয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ চেষ্টা কৰি যাম।'
  • 'মোৰ লক্ষ্য হৈছে স্বৰ্ণ পদক।'
  • 'ইয়াৰ বাবে মই যথেষ্ট কষ্টও কৰিছো।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in