শেহতীয়া খবৰ
বিদেশ ভ্ৰমণৰ বাবদ কিমান খৰচ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে...  •  তেজপুৰৰ বিহগুৰিত ৭০-৮০টা বনৰীয়া হাতীৰ জাকে নৃশংসভাৱে আক্ৰমণ কৰি হত্যা কৰিলে কৃষকক  •  উত্তৰ-পূব কেন্দ্ৰ প্ৰযুক্তি ব্যৱহাৰ আৰু প্ৰসাৰ সঞ্চালক ডঃ অৰুণ কুমাৰ শৰ্মাৰ আশাৰীকান্দিৰ টেৰাকোটা শিল্প পৰিদৰ্শন  •  কেবৰ প্ৰসংগত নকৰিলে মন্তব্য, মুখ্যমন্ত্ৰী সোণোৱালে ক'লে, ঋক বেদত কৈছে মা আদি গুৰু, এই পৃথিৱীত মাতৃয়েই সকলোতকৈ ডাঙৰ গুৰু  •  ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধীতাৰে কামপুৰত তীব্ৰ প্ৰতিবাদ, VIDEO  •  নলবাৰীত ৭টা পৰ্যায়ত মাৰাথন দৌৰ...  •  গভীৰ সংকটত জীয়াধলঃ বুকুত মৰুভূমি, এটা দশকত তিনিশ কোটিৰো অধিক ব্যয় জীয়াধল নিয়ন্ত্ৰণৰ নামত  •  ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল উত্থাপন হ'লে অসম জ্বলিবঃ এবছু  •  কটন বিশ্ববিদ্যালয়ত ‘The Unquiet River: A Biography of the Brahmaputra’ উন্মোচন...  •  ওৰাঙত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ জোঁৰ সমদল...

বিশ্ব বক্সিঙৰ ছেমি ফাইনেলত পৰাস্ত যমুনা বড়ো, তথাপিও নিশ্চিত হ’ল পদক…

333
  • বিশ্ব বক্সিঙৰ ছেমি ফাইনেলত পৰাস্ত অসম কন্যা যমুনা বড়ো।
  • তথাপিও নিশ্চিত হৈছে ব্ৰঞ্জৰ পদক।
  • ‘Huang Hsiao’ ৰ হাতত যমুনা বড়ো পৰাস্ত হৈছে।
  • ইতিহাস সৃষ্টি কৰি বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত প্ৰবেশ কৰিছিল যমুনা বড়োৱে।
  • আন্তৰাষ্ট্ৰীয় মহিলা বক্সিং চেম্পিয়নশ্বিপৰ প্ৰথমখন খেলতে জয়লাভ কৰিছিল যমুনা বড়োৱে।
  • প্ৰথমবাৰলৈ এই টুৰ্নামেন্টত অংশ লৈছিল যমুনাই।
  • প্ৰথমখন খেলতে ৫৪ কিঃগ্ৰাঃ শাখাত মংগোলিয়াৰ প্ৰতিদ্বন্দ্বীক ৫-০ত পৰাজিত কৰিছিল বক্সাৰ যুমনা বড়োৱে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি