জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা…

জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা…
  • জামুগুৰিহাটৰ আজাৰগুৰিত সংঘটিত দুটাকৈ লোমহৰ্ষক হত্যাকাণ্ড।
  • পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থ'লে স্বামীয়ে।
  • শান্তি কৃষাণ নামৰ মহিলাগৰাকীক হত্যা কৰিলে স্বামী দীনেশ কৃষাণে।
  • পত্নীক হত্যাৰ পিছতে একাংশ ক্ষুব্ধ লোকে মৰিয়াই মৰিয়াই হত্যা কৰে অভিযুক্ত দীনেশ কৃষাণক।
  • ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in