শেহতীয়া খবৰ
মুজাফ্ফৰপুৰত একিউট এনকেফেলাইটিছ ছিণ্ড্ৰমত আক্ৰান্ত হৈ মৃত্যু হোৱা শিশুৰ সংখ্যা ১৩২ জনলৈ বৃদ্ধি  •  এছ ইউ ভি বাহনে মহতিয়াই নিলে পদপথত শুই থকা লোকক, নিহত ৩ শিশুসহ ৪জন  •  পথ দুৰ্ঘটনাত মন্ত্ৰী পুত্ৰসহ নিহত ৩  •  শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি তুংগত  •  কিছু সময়ৰ পিছতে প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা  •  মন্ত্ৰী নৱ দলেৰ গৃহ পঞ্চায়তত কৃষি বান্ধৰ দুৰ্নীতি, ২০ লাখৰ ঠাইত খৰচ নকৰিলে ১০ হাজাৰো, কাম নকৰাকৈয়ে সৰকালে ৮.৮০ লাখ টকা  •  ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ উদ্যােগত ৰোগীৰ অধিকাৰ দিৱস উদযাপন  •  ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ সন্মুখত শিৰণত আয়োজক দেশ ইংলেণ্ড  •  পৰস্ত্ৰীৰ অশ্লীল ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি ৰঙাঘৰত সোমাল বদৰপুৰৰ সেনা জোৱান  •  প্ৰাক্তন ক্ৰিকেটাৰ, গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰাক্তন অধ্যক্ষ উমেশ শৰ্মাৰ দেহাৱসান

জম্মু-কাশ্মীৰৰ অনন্তনাগত ছহীদ চিআৰপিএফৰ ৫ গৰাকী জোৱান…

271

  • জম্মু-কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ।
  • এতিয়াও অব্যাহত আছে প্ৰচণ্ড গুলিয়াগুলী।
  • সংঘৰ্ষত ছহীদ হৈছে চিআৰপিএফৰ ৫ গৰাকী জোৱান।
  • আনহাতে নিহত হৈছে ২ সন্ত্ৰাসবাদী।
  • অনন্তনাগৰ কেপি ৰোডত প্ৰথমে এটা আৰক্ষীৰ দলৰ ওপৰত আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে।
  • তাৰ পিছতে আৰক্ষী-নিৰাপত্তাৰে সংঘৰ্ষত লিপ্ত হয় সন্ত্ৰাসবাদীৰ দলটো।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি