ধাৰাসাৰ বৰষুণৰ ফলত পথৰ ওপৰত বাগৰিল শিল, স্তব্ধ যান-বাহন চলাচল

ধাৰাসাৰ বৰষুণৰ ফলত পথৰ ওপৰত বাগৰিল শিল, স্তব্ধ যান-বাহন চলাচল
  • জম্মু-কাশ্মীৰত পথৰ ওপৰত বাগৰিল প্ৰকাণ্ড শিল।
  • ৰামনগৰ-উধামপুৰ সংযোগী পথত পাহাৰৰ ওপৰৰ পৰা বাগৰিল শিল।
  • ফলত ব্যাহত হৈ পৰিছে যান-বাহন চলাচল।
  • মঙলবাৰৰ পুৱাৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলতেই পাহাৰৰ পৰা খহি পৰিল শিলটো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in