জম্মু-কাশ্মীৰৰ চিআৰপিএফ কেম্পত সন্ত্ৰাসবাদীৰ বোমা নিক্ষেপ, আহত এজন জোৱান

জম্মু-কাশ্মীৰৰ চিআৰপিএফ কেম্পত সন্ত্ৰাসবাদীৰ বোমা নিক্ষেপ, আহত এজন জোৱান
  • জম্মু-কাশ্মীৰৰ চিআৰপিএফ কেম্পলৈ সন্ত্ৰাসবাদীৰ বোমা নিক্ষেপ।
  • পুলৱামা জিলাৰ নৌডালস্থিত চিআৰপিএফ কেম্পত এই বোমা বিস্ফোৰণ।
  • বিস্ফোৰণত গুৰুতৰভাৱে আহত এজন চিআৰপিএফ জোৱান।
  • ঘটনা সন্দৰ্ভত অভিযান আৰম্ভ কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in