জম্মু-কাশ্মীৰত তুষাৰপাতঃ ৭দিনে বন্ধ হৈ থকা পথত বৰফ আঁতৰাবলৈ চেষ্টা প্ৰশাসনৰ

জম্মু-কাশ্মীৰত তুষাৰপাতঃ ৭দিনে বন্ধ হৈ থকা পথত বৰফ আঁতৰাবলৈ চেষ্টা প্ৰশাসনৰ

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত বৰ্তমান তুষাৰপাতৰ বাবে স্তব্ধ হৈ আছে জনজীৱন। চৌদিশে কেৱল বৰফৰে ভৰি থকাৰ ফলত বাট-পথেৰে যান-বাহন চলাচল ব্যাহত ৰাখিব লগা হৈছে। যাৰফলত বহু অসুবিধাৰ সন্মুখীন হৈছে ৰাইজ। উল্লেখ্য যে, যোৱা ৭দিনধৰি বন্ধ হৈ থকা ৰাজাৱৰীৰ পিৰ পঞ্জল পাহাৰীয়া ৰেঞ্জৰ পথচোৱাত সোমবাৰে পুৱাই এখন বাহনেৰে বৰফ আঁতৰাবলৈ নিৰ্দেশ দিয়ে প্ৰশাসনে। চাওঁক ভিডিঅ'-

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in