জম্মু-কাশ্মীৰত তুষাৰপাত-বৃষ্টিপাতৰ সম্ভাৱনা

জম্মু-কাশ্মীৰত তুষাৰপাত-বৃষ্টিপাতৰ সম্ভাৱনা
  • জম্মু-কাশ্মীৰত ৬ ফেব্ৰুৱাৰীত তুষাৰপাত হোৱাৰ সম্ভাৱনা।
  • ৰাজ্যখনৰ বহু স্থান তুষাৰপাতৰ সম্ভাৱনা।
  • কুল্লু, চম্বা, লাহোল আৰু স্পিটী, ছিমলা, কাংগড়া আৰু কিন্ন'ৰকে ধৰি বহু কেইখন জিলাত তুষাৰপাতৰ সম্ভাৱনা।
  • ইফালে, ৭ ফেব্ৰুৱাৰীত তুষাৰপাত বৃদ্ধি হোৱাৰ সম্ভাৱনাই দেখা দিছে।
  • তুষাৰপাতৰ লগতে ধাৰাসাৰ বৃষ্টিপাতৰো সম্ভাৱনা ৰাজ্যখনত।
  • ৰাজ্যখনৰ মধ্য আৰু নামনি ভাগত তুষাৰপাত আৰু বৃষ্টিপাতৰ সম্ভাৱনা অধিক।
  • ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ব্যক্ত কৰে এই সম্ভাৱনা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in