জম্মু-কাশ্মীৰত আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ ২ সন্ত্ৰাসবাদী…

  • জম্মু-কাশ্মীৰত ২টা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ।
  • আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সন্ত্ৰাসবাদী দুটাক।
  • গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদী দুটাৰ নাম ক্ৰমে- উলফা মীৰ আৰু এজাজ ভট।
  • আৰক্ষীৰ মতে, সন্ত্ৰাসবাদী দুটা লক্সৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী সদস্য।
  • লগতে আৰক্ষীয়ে জব্দ কৰে বহু অস্ত্ৰ-শস্ত্ৰ আৰু আপত্তিজনক নথিপত্ৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in