শেহতীয়া খবৰ
কংগ্ৰেছৰ ৩জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা...  •  বিধানসভা নিৰ্বাচনঃ অসম-মেঘালয় সীমান্তৱৰ্তী মিৰজুমলাত আৰক্ষীৰ অভিযান...  •  পুনৰ প্ৰাৰ্থিত্ব লাভ কৰি বটদ্ৰৱা সমষ্টিত আঙুৰলতা ডেকাৰ ৰেলী...  •  গৰৈমাৰীত অগপৰ মহিলা শক্তি সমাৰোহত ডাঃ কমলা কলিতা...  •  বনগাঁওৰ সমাজকৰ্মী দুলাল চন্দ্ৰ পালৰ আদ্যশ্ৰাদ্ধ,স্মৃতিচাৰণ সভাত স্মৃতিগ্ৰন্থ উন্মোচন...  •  অসম সাহিত্য সভাৰ 'সৃষ্টিৰ চ'ৰাঘৰ' শীৰ্ষক অনুষ্ঠানৰ শুভাৰম্ভ...  •  প্ৰাৰ্থীত্ব লাভ কৰা পাছত বটদ্ৰৱা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী শিৱামনি বৰাৰ প্ৰচাৰ ৰেলী...  •  তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ উদ্যোগত বিনামূলীয়া দন্ত চিকিৎসা শিৱিৰ আৰু সজাগতা সভা...  •  জয়ন্তমল্লক সমৰ্থন নকৰে নলবাৰীৰ ক্ষুব্ধ অগপ কৰ্মীয়ে,অতুল-কেশৱ-ফণী-বীৰেনক দগাবাজ আখ্যা  •  শব্দ-পোহৰ বিহীন,প্ৰাকৃতিক পৰিবেশত 'ৰ’দঘাই' বেবেজীয়াৰ পূৰ্ণাংগ নাট মহোৎসবৰ সফল সামৰণি...

জম্মু-কাশ্মীৰত আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ ২ সন্ত্ৰাসবাদী…

175
  • জম্মু-কাশ্মীৰত ২টা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ।
  • আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সন্ত্ৰাসবাদী দুটাক।
  • গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদী দুটাৰ নাম ক্ৰমে- উলফা মীৰ আৰু এজাজ ভট।
  • আৰক্ষীৰ মতে, সন্ত্ৰাসবাদী দুটা লক্সৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী সদস্য।
  • লগতে আৰক্ষীয়ে জব্দ কৰে বহু অস্ত্ৰ-শস্ত্ৰ আৰু আপত্তিজনক নথিপত্ৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি