পুনৰ পাক সেনাৰ যুদ্ধবিৰতি উলংঘা…

  • দেওবাৰে পুৱা জম্মু-কাশ্মীৰত পাক সেনাৰ যুদ্ধবিৰতি উলংঘা।
  • নৌশ্বেৰা আৰু সুন্দৰবাণী ছেক্টৰত পাক সেনাৰ গুলীবৰ্ষণ।
  • দেওবাৰে পুৱা প্ৰায় ১০ বজাত পাক সেনাই চলাই ধাৰাসাৰ গুলীবৰ্ষণ।
  • ভাৰতীয় সেনা জোৱানেও পাকিস্তানক দিয়ে যোগ্যপ্ৰত্যুত্তৰ।
  • বৰ্তমানলৈ কোনো লোক হতাহত হোৱা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in