চি আৰ পি এফ জোৱানলৈ লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপ

চি আৰ পি এফ জোৱানলৈ লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপ
  • জম্মু-কাশ্মীৰত চি আৰ পি এফ জোৱানলৈ লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপ।
  • শ্ৰীনগৰৰ প্ৰতাপ পাৰ্কৰ সমীপত সংঘটিত হৈছে এই ঘটনা।
  • দুৰ্বৃত্তই গ্ৰেণেড নিক্ষেপ কৰি পলায়ন কৰে সেই স্থানৰ পৰা।
  • হতাহতিৰ কোনো খবৰ বৰ্তমানলৈকে পোৱা হোৱা নাই।
  • শ্ৰীনগৰৰ উক্ত স্থানত সেনা-আৰক্ষীৰ বৃহৎ দল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in