গ্ৰেণেড বিস্ফোৰণ, আহত ৩

গ্ৰেণেড বিস্ফোৰণ, আহত ৩
  • জম্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰী নগৰত গ্ৰেণেড বিস্ফোৰণ।
  • জিৰ' ব্ৰিজত নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপ সন্ত্ৰাসবাদীৰ।
  • বিস্ফোৰণত ৩ জন লোক গুৰুতৰভাৱে আহত।
  • আহত ৩ জনক প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ
  • ঘটনাস্থলীত সেনাৰ অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in