জম্মু কাশ্মীৰৰ পুলৱামাত গ্ৰেনেড বিস্ফোৰণ, ৩ জনৰ অৱস্থা সংকটজনক

জম্মু কাশ্মীৰৰ পুলৱামাত গ্ৰেনেড বিস্ফোৰণ, ৩ জনৰ অৱস্থা সংকটজনক
  • জম্মু কাশ্মীৰত গ্ৰেনেড বিস্ফোৰণ।
  • এই বিস্ফোৰণত আহত হৈছে কেইবাজনো লোক।
  • আহতসকলৰ ৩ জনৰ অৱস্থা সংকটজনক।
  • এখন আৰক্ষী চকীলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে দলিয়াইছিল গ্ৰেনেড।
  • পুলৱামাৰ সেই আৰক্ষী চকীৰ সন্মুখত থকা ব্যস্ত পথটোত বিস্ফোৰিত হয় গ্ৰেনেডটো।
  • আহতসকলক চিকিৎসালয়ত ভৰ্তি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in