হিমস্খলন! জম্মু-কাশ্মীৰত ২২টা পৰিয়ালক সুৰক্ষিত স্থানলৈ স্থানান্তৰ

হিমস্খলন! জম্মু-কাশ্মীৰত ২২টা পৰিয়ালক সুৰক্ষিত স্থানলৈ স্থানান্তৰ
  • জম্মু-কাশ্মীৰত তুষাৰপাত অব্যাহত।
  • ৰাজ্যখনৰ গানডেৰবলৰ পৰা ২২টা পৰিয়ালক সুৰক্ষিত স্থানলৈ স্থানান্তৰ।
  • জম্মু-কাশ্মীৰ আৰক্ষীয়ে বৃহস্পতিবাৰে সুৰক্ষিত স্থানলৈ লৈ যায় পৰিয়াল কেইটাক।
  • হিমস্খলনৰ সম্ভাৱনা দেখা দিয়াৰ বাবে স্থানান্তৰ কৰা হয় পৰিয়াল কেইটাক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in