জম্মু-কাশ্মীৰত অষ্টম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ

জম্মু-কাশ্মীৰত অষ্টম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ
  • শনিবাৰে জম্মু-কাশ্মীৰত অষ্টম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ।
  • ৰাজ্যখনত নিৰ্বাচন উপলক্ষে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।
  • ভোটাৰে আহি ভিৰ কৰিছেহি ভোটগ্ৰহণ কেন্দ্ৰসমূহত।
  • নিজ নিজ প্ৰতিনিধিক ভোট দিবলৈ ভোটগ্ৰহণ কেন্দ্ৰত ভিৰ ভোটাৰৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in