জম্মু-কাশ্মীৰত বৃহৎ নলাত বাগৰিল যাত্ৰীবাহী বাছ…

জম্মু-কাশ্মীৰত বৃহৎ নলাত বাগৰিল যাত্ৰীবাহী বাছ…
  • জম্মু-কাশ্মীৰত বৃহৎ নলাত বাগৰি পৰে যাত্ৰীবাহী বাছ।
  • ধাৰাসাৰ বৰষুণৰ ফলত নলাটোত বাগৰি পৰে বাছখন।
  • কট্টীৰ পৰা উধমপুৰলৈ যোৱা পথৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।
  • বাছখনৰ আটাইকেইজন যাত্ৰীক উদ্ধাৰ কৰে স্থানীয় ৰাইজে।
  • কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in