জম্মু-কাশ্মীৰত আৰক্ষীৰ ওপৰত আক্ৰমণ সন্ত্ৰাসবাদীৰ

জম্মু-কাশ্মীৰত আৰক্ষীৰ ওপৰত আক্ৰমণ সন্ত্ৰাসবাদীৰ
  • বুধবাৰে জম্মু-কাশ্মীৰত আৰক্ষীৰ ওপৰত আক্ৰমণ চলালে সন্ত্ৰাসবাদীয়ে।
  • বাৰামুলা অঞ্চলত আৰক্ষীৰ জীপৰ সন্ত্ৰাসবাদীয়ে চলালে এই আক্ৰমণ।
  • আক্ৰমণত দুজন আৰক্ষী জোৱান গুৰুতৰভাৱে আহত।
  • ঘটনাৰ পাছতে অঞ্চলটোত সেনাৰ অভিযান।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in