শেহতীয়া খবৰ
চামগুৰিত চুৰি বাইকসহ যুবক গ্ৰেপ্তাৰ...  •  অসম যোগাসন চেম্পিয়নশ্বীপত উজ্বলিছে গুৱাহাটীৰ জেনিফা আহমেদ...  •  অসম যোগাসন চেম্পিয়নশ্বীপত উজ্বলিছে গুৱাহাটীৰ জেনিফা আহমেদ...  •  অসমৰ বাবে সহায়ৰ আহ্বান বিৰাট,ৰোহিত আৰু হৰভজনৰ...  •  যুৱতীক অশালীন ব্যৱহাৰ কৰি জাগুনৰ সুৰামত্ত সাংবাদিকে খালে লপা-থপা...  •  কাজিৰঙাত বানৰ মাজতে আতংক! প্ৰাণৰক্ষাৰ বাবে বনৰজা উঠিলগৈ বিচনাত...  •  ফণী বতাহৰ ফলত বিধ্বস্ত পুৰীস্থিত শংকৰদেৱ নামঘৰ...  •  দক্ষিণ কামৰূপত অপৰিৱৰ্তিত বান পৰিস্থিতি! বন্যাৰ্তৰ মাজত খাদ্য বিতৰণ...  •  লালুকৰ বানাক্ৰান্ত অঞ্চলত আছুৰ বিনামূলীয়া চিকিৎসা শিবিৰ...  •  লালুকত বিজেপি অবিচি মৰ্চা, দীপশিখা গোটৰ উদ্যোগত বান সাহাৰ্য বিতৰণ...

জম্মু-কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ অব্যাহত, চাওক VIDEO

112
  • জম্মু-কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ।
  • এতিয়াও অব্যাহত আছে প্ৰচণ্ড গুলিয়াগুলী।
  • সংঘৰ্ষত শ্বহীদ হৈছে চিআৰপিএফৰ ৩ গৰাকী জোৱান।
  • আহত হৈছে ২ গৰাকী চিআৰপিএফ জোৱান।
  • আনহাতে নিৰাপত্তাৰক্ষীৰ গুলীত নিহত এজন সন্ত্ৰাসবাদী।
  • অনন্তনাগৰ কেপি ৰোডত প্ৰথমে এটা আৰক্ষীৰ দলৰ ওপৰত আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে।
  • তাৰ পিছতে আৰক্ষী-নিৰাপত্তাৰে সংঘৰ্ষত লিপ্ত হয় সন্ত্ৰাসবাদীৰ দলটো।
  • চাওক সংঘৰ্ষস্থলীৰ ভিডিঅ’-
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি