জম্মু-কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ অব্যাহত, চাওক VIDEO

জম্মু-কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ অব্যাহত, চাওক VIDEO
  • জম্মু-কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ।
  • এতিয়াও অব্যাহত আছে প্ৰচণ্ড গুলিয়াগুলী।
  • সংঘৰ্ষত শ্বহীদ হৈছে চিআৰপিএফৰ ৩ গৰাকী জোৱান।
  • আহত হৈছে ২ গৰাকী চিআৰপিএফ জোৱান।
  • আনহাতে নিৰাপত্তাৰক্ষীৰ গুলীত নিহত এজন সন্ত্ৰাসবাদী।
  • অনন্তনাগৰ কেপি ৰোডত প্ৰথমে এটা আৰক্ষীৰ দলৰ ওপৰত আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে।
  • তাৰ পিছতে আৰক্ষী-নিৰাপত্তাৰে সংঘৰ্ষত লিপ্ত হয় সন্ত্ৰাসবাদীৰ দলটো।
  • চাওক সংঘৰ্ষস্থলীৰ ভিডিঅ'-

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in