সীমান্তত ভাৰতীয় সেনালৈ লক্ষ্য কৰি পাক সেনাৰ গুলীচালনা…

ফাইল ফটো
ফাইল ফটো
  • জম্মু-কাশ্মীৰৰ সীমান্তত পাকসেনাৰ যুদ্ধ বিৰতি উলংঘন।
  • শ্বাহপুৰ আৰু কিৰনী চেক্টৰত ভাৰতীয় সেনালৈ লক্ষ্য কৰি গুলীচালনা।
  • পুৱা ৯.৩০বজাত পাক সেনাই উলংঘন কৰে যুদ্ধবিৰতি।
  • অৱশ্যে কোনো লোক হতাহত হোৱা নাই।
  • ভাৰতীয় সেনাইও প্ৰত্যুত্তৰ দিয়ে পাক সেনাক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in