নিয়ন্ত্ৰণহীন হৈ বাগৰিল বাহন, প্ৰাণ হেৰুৱালে ৭জনে

  • জম্মুত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • বৃহস্পতিবাৰে নিশা জম্মুৰ ৰিয়াছি জিলাত সংঘটিত এই দুৰ্ঘটনা।
  • নিয়ন্ত্ৰণহীন হৈ বাগৰি পৰে এখন বাহন।
  • দুৰ্ঘটনাটোত থিতাতে নিহত বাহনখনত থকা ৭জন যাত্ৰী।
  • ইফালে, গুৰুতৰভাৱে আহত ৩জন।
  • স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ আহত কেইজনক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in