আজি মুকলি হ’ব প্ৰাক্তন সেনা বিষয়া ছানাউল্লাহ…

আজি মুকলি হ’ব প্ৰাক্তন সেনা বিষয়া ছানাউল্লাহ…
  • ডিটেনচন কেম্পৰ পৰা মুক্তি পালে প্ৰাক্তন সেনাবিষয়া ছানাউল্লাহে।
  • গোৱালপাৰাৰ ডিটেনচন কেম্পৰ পৰা মুক্তি দিয়া হৈছে ছানাউল্লাহক।
  • আমিনগাঁৱলৈ নিয়া হৈছে প্ৰাক্তন সেনাবিষয়াজনক।
  • কামৰূপ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সম্পন্ন কৰা হ'ব আনুষ্ঠানিকতা।
  • আমিনগাঁৱত মুকলি কৰি দিয়া হ'ব ছানাউল্লাহক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in