নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দিল্লীৰ ৰাজপথত জামিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দিল্লীৰ ৰাজপথত জামিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ প্ৰতিবাদ
  • নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দিল্লীৰ ৰাজপথত জামিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ প্ৰতিবাদ।
  • শুকুৰবাৰে দিল্লীৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে বিশ্ববিদ্যালয়খনৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে।
  • প্ৰতিবাদৰ মাজতে হিংসাত্মক পৰিস্থিতি।
  • প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় সংঘৰ্ষৰ।
  • প্ৰতিবাদকাৰীক বাধা দিবলৈ আৰক্ষীয়ে লাঠি, গুলীচালনা কৰে।
  • আৰক্ষীৰ আক্ৰমণত আহত হয় ১২ জনৰো অধিক ছাত্ৰ-ছাত্ৰী।
  • নাগৰিকত্ব সংশোধনী আইন অসাংবিধানিক আখ্যা ছাত্ৰ সমাজৰ।
  • এই আইনখন বাতিল কৰাৰ দাবী জনায় জামিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in