যমদুৱাৰ বনভোজস্থলীত অঘটন, নদীত পৰি সন্ধানহীন অৰুণাচলৰ ছাত্ৰ…

যমদুৱাৰ বনভোজস্থলীত অঘটন, নদীত পৰি সন্ধানহীন অৰুণাচলৰ ছাত্ৰ…
  • ভাৰত-ভূটান সীমান্তবৰ্তী যমদুৱাৰ বনভোজস্থলীত ঘটিল অঘটন।
  • নদীৰ কোবাল সোঁতত উটি গ'ল এজন অৰণাচলৰ ছাত্ৰ।
  • জানিব পৰা মতে, ছাত্ৰগৰাকীৰ নাম টালি কেছম।
  • ছিলং, বৰাপানীৰ ইউনিয়ন খ্ৰীষ্টিয়ান কলেজৰ ষষ্ঠ ষাণ্মাষিকৰ স্নাতক কলা শাখাৰ ছাত্ৰ আছিল টালি কেছম।
  • এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ উদ্ধাৰ অভিযান।
  • উদ্ধাৰ অভিযানত ভূটান চৰকাৰৰো সহযোগিতা।
  • কিন্তু বৰ্তমানলৈ কোনো সন্ধান পোৱা নাই ছাত্ৰগৰাকীৰ।
  • মুঠ ১০জন ছাত্ৰই যমদুৱাৰ লৈ সোমবাৰৰ বিয়লি বনভোজ খাবলৈ গৈছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in