জালুকবাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ

  • গুৱাহাটীৰ জালুকবাৰীত মহিলাৰ মৃতদেহ উদ্ধাৰ।
  • ৰে'লপথৰ দাঁতিত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহটো।
  • ঘটনাক কেন্দ্ৰ কৰি কৰি সমগ্র অঞ্চলত চাঞ্চল্য বিৰাজ কৰিছে।
  • বৰ্তমানলৈকে পৰিচয় উদ্ধাৰ হোৱা নাই মহিলাগৰাকীৰ পৰিচয়।
  • আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি প্ৰেৰণ কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in