মহানগৰীত অঘটন! জালুকবাৰী উৰণীয়া সেঁতুৰ পৰা বাগৰি পৰি এজনৰ মৃত্যু…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • জালুকবাৰী উৰণীয়া সেঁতুত সংঘটিত হৈছে এক অঘটন।
  • উৰণীয়া সেঁতুৰ পৰা বাগৰি পৰি মৃত্যু এজন যুৱকৰ।
  • মৃত যুৱকজন বাইহাটাৰ শিংৰাপাৰাৰ ৰমেন ৰাজবংশী বুলি চিনাক্ত।
  • উৰণীয়া সেঁতুৰ লাচিত পাৰ্কত সংঘটিত হৈছে এই ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in