জালুকবাৰী সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল…

জালুকবাৰী সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল…

জালুকবাৰীৰ মুঠ ৩খন জিলা পৰিষদৰ আটাইকেইখনতে বিজেপিৰ আধিপত্য।

  • ১৪ নং শৰাইঘাট জিলা পৰিষদত নয়নমণি কলিতা বিজয়ী।
  • ১৩নং শুৱালকুছি জিলা পৰিষদত নন্দিতা কলিতা বিজয়ী।
  • আৰু বেজেৰা জিলা পৰিষদত অনিল ৰাজ বিজয়ী।

জালুকবাৰী সমষ্টিৰ ১৫টা পঞ্চায়ত সভাপতিৰ ফলাফল-

  • বিজেপি প্ৰাৰ্থীয়ে লাভ কৰিছেঃ ১৪
  • কংগ্ৰেছে প্ৰাৰ্থীয়ে লাভ কৰিছেঃ ১

আঞ্চলিক পঞ্চায়তৰ সদস্যৰ সংখ্যা- ১৫

  • বিজেপি প্ৰাৰ্থীয়ে লাভ কৰিছেঃ ১৩
  • কংগ্ৰেছ প্ৰাৰ্থীয়ে লাভ কৰিছেঃ ২

গাঁও পঞ্চায়তৰ সদস্যৰ সংখ্যা- ১৫০

  • বিজেপি প্ৰাৰ্থীয়ে লাভ কৰিছেঃ ১৩৪
  • কংগ্ৰেছ প্ৰাৰ্থীয়ে লাভ কৰিছেঃ ১৫
  • অগপ প্ৰাৰ্থীয়ে লাভ কৰিছেঃ ১

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in