জখলাবন্ধাত আৰক্ষীৰ অভিযানত ১২৮০ লিটাৰ চোৰাং ডিজেল জব্দ, এজনক আটক

জখলাবন্ধাত আৰক্ষীৰ অভিযানত ১২৮০ লিটাৰ চোৰাং ডিজেল জব্দ, এজনক আটক
  • মঙলবাৰেনিশা বাগৰিত জখলাবন্ধা আৰক্ষীৰ অভিযান।
  • অভিযানত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেল চুৰি চক্ৰৰে জড়িত এজনক।
  • ধৃতজনক হাফিজউদ্দিন ওৰফে ভাইটি বুলি চিনাক্ত।
  • বাগৰিৰ হাৰমতিৰ এখন লাইন হোটেলত মজুত ৰাখিছিল চুৰি তেল।
  • ধৃত হাফিজউদ্দিনৰ পৰা উদ্ধাৰ ১২৮০ লিটাৰ চোৰাং ডিজেল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in