জয়পুৰৰ ই ডি কাৰ্যালয়ত উপস্থিত ৰবাৰ্ট বাদ্ৰা-মাতৃ, চাওঁক VIDEO

জয়পুৰৰ ই ডি কাৰ্যালয়ত উপস্থিত ৰবাৰ্ট বাদ্ৰা-মাতৃ, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ মঙলবাৰে জয়পুৰস্থিত ই ডি কাৰ্যালয়ত ৰবাৰ্ট বাদ্ৰা। ধন আত্মসাতৰ গোচৰত ৰবাৰ্ট বাদ্ৰাক সোধ-পোছ অব্যাহত ৰাখিছে ই ডি কাৰ্যালয়ত। মঙলবাৰে ৰবাৰ্ট বাদ্ৰা, তেওঁৰ মাতৃ মোৰীণ বাদ্ৰা আৰু প্ৰিয়ংকা গান্ধী বাদ্ৰা উপস্থিত হয় জয়পুৰৰ ই ডি কাৰ্যালয়ত।

কাৰ্যালয়ৰ বাহিৰত 'প্ৰিয়ংকা গান্ধী জিন্দাবাদ', 'চকীদাৰ চোৰ হয়' আদি শ্ল'গান দিয়ে সমৰ্থকসকলে। উল্লেখ্য যে, মঙলবাৰে ই ডি কাৰ্যালয়ত ৰবাৰ্ট বাদ্ৰা আৰু তেওঁৰ মাতৃক বিকানেৰ ভূমি সন্দৰ্ভত সোধ-পোছ কৰা হ'ব। ইয়াৰ পূৰ্বেও দিল্লীৰ দিল্লীৰ ই ডি কাৰ্যালয়ত সোধ-পোছ কৰা হৈছিল ৰবাৰ্ট বাদ্ৰাক।

চাওঁক ৰবাৰ্ট বাদ্ৰা, তেওঁৰ মাতৃ মোৰীণ বাদ্ৰা আৰু প্ৰিয়ংগা গান্ধী বাদ্ৰা ই ডি কাৰ্যালয়ত উপস্থিত হোৱা সময়ৰ ভিডিঅ'-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in