শেহতীয়া খবৰ
অসমত আকৌ ৫৮৩৫জন কোভিড পজিটিভ, ৭৩জনৰ মৃত্যু...  •  লেচিয়া নৈত মাছ ধৰিবলৈ গৈ বঙালমাৰী মিচিং গাঁৱৰ ২ কিশোৰৰ মৃত্যু...  •  ধেমাজিত পুনৰ ৩৬ জনৰ কোভিড পজিটিভ চিনাক্ত...  •  শিক্ষক-খেলুৱৈ-ধেমাজি কেন্দ্ৰীয় বিহু সন্মিলনৰ প্ৰাক্তন সভাপতি মিলন কোৱঁৰৰ মৃত্যু...  •  মাধৱদেৱ কলাক্ষেত্ৰ পৰিদৰ্শণ কৰি ঠিকাদাৰক সকীয়নি বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ…  •  নগাঁৱত পুনৰ ৪১৬জন কোৰোনাত আক্ৰান্ত, দুজনে হেৰুৱাইছে প্ৰাণ...  •  বকোত ৩ দিন ধৰি সন্ধানহীন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ...  •  কোৰোনাৰ বধ্যভূমি মধুপুৰ চাহ বাগিচাত ৫১ গৰাকী আক্ৰান্ত কোভিডত...  •  গণ সংক্ৰমণৰ দিশে বটদ্ৰৱাৰ সৰুহিছা আৰু ভেটিয়নী গাঁও...  •  তিতাবৰত জব্দ লক্ষাধিক টকা মূল্যৰ অবৈধ বিদেশী সুৰা...

কৰুণ ঘটনা! ছেলফী ল’বলৈ গৈ নদীত পৰি মৃত্যু কিশোৰীৰ…

251

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ ট্ৰ’ক জিলাত দেওবাৰে পুৱা সংঘটিত হয় কৰুণ ঘটনা। পুৱা ভাগত এটা নদীবান্ধৰ কাষত গৈ এটি কিশোৰীয়ে ছেলফী লৈ থকা সময়তে নদীত বাগৰি পৰাৰ পাছত কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ চেষ্টা চলাওঁতেই পিতৃ-মাতৃৰো মৃত্যু হয়।

স্থানীয় আৰক্ষী বিষয়াই এই সন্দৰ্ভত কয় যে, গলৱা বান্ধৰ কাষত চিমেন্টেৰে নিৰ্মাণ কৰা ৰেম্পত ছেলফী লবলৈ লওঁতেই কিশোৰীগৰাকীৰ ভৰি পিচল খাই নদীত পৰে। কিশোৰীগৰাকীক উদ্ধাৰৰ বাবে গৈ নদীত পৰি মৃত্যু হয় পিতৃ-মাতৃৰো। লগতে আৰক্ষীয়ে জনাই যে, বান্ধটোৰ কাষতে উদ্ধাৰ হৈছে স্কুটী, দুটা মোবাইল, মাস্ক আৰু চেণ্ডেল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি