জাগুনত পথৰ ওপৰতে বাগৰিল লিডু ফুটবল ক্লাবৰ খেলুৱৈ কঢ়িয়াই অনা বাহন…

জাগুনত পথৰ ওপৰতে বাগৰিল লিডু ফুটবল ক্লাবৰ খেলুৱৈ কঢ়িয়াই অনা বাহন…
  • জাগুনৰ ৰামপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • পথৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱায় বাগৰি পৰিল AS23CC3512 নম্বৰৰ যাত্ৰীবাহী মেজিক।
  • মেজিক খনত আছিল প্ৰায় ৪০ গৰাকী ফুটবল খেলুৱৈ।
  • লিডু ক্লাবৰ হৈ নামচাই ত ফুটবল খেলিবৰ বাবে ৰাতি পুৱাই ওলাইছিল দলটো।
  • ছোৱালী খেলুয়ৈ ও আছিল দলটোত।
  • প্ৰায় ৮ গৰাকী খেলুৱৈৰ অৱস্থা গুৰুতৰ আৰু আটাইয়ে কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে।
  • বহি: ৰাজ্যৰ খেলুৱৈ ও আছিল দলটোত।
  • প্ৰথমে আটাইকে জাগুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰে যদিও চিকিৎসকৰ অভাৱত সকলোকে মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in