জাগীৰোডৰ ভেৰভেৰীত বিজেপি কৰ্মীৰ মৃতদেহ উদ্ধাৰ

জাগীৰোডৰ ভেৰভেৰীত বিজেপি কৰ্মীৰ মৃতদেহ উদ্ধাৰ
  • জাগীৰোডৰ ভেৰভেৰীত বিজেপি কৰ্মীৰ মৃতদেহ উদ্ধাৰ।
  • বৃহস্পতিবাৰে পুৱা উদ্ধাৰ হয় মৃতদেহটো। 
  • পথৰ দাঁতিৰ এটা পুখুৰীত উদ্ধাৰ মৃতদেহটো।
  • মৃত লোকজনৰ নাম সোমেশ্বৰ শইকীয়া।
  • ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in