জাগীৰোডত শোকাৱহ ঘটনা…

জাগীৰোডত শোকাৱহ ঘটনা…
  • জাগীৰোডত হাতীউঠাত সংঘটিত হৈছে শোকাৱহ ঘটনা।
  • পুখুৰীত গা ধুবলৈ সলিল সমাধি ৩ কিশোৰীৰ।
  • ঘটনাক কেন্দ্ৰ কৰি শোকাকুল পৰিৱেশৰ সৃষ্টি।
  • মৃত কিশোৰী কেইগৰাকীন নাম পৰিস্মিতা ইংতি, মনালিছা ইংতি আৰু কিৰণ ইংতি।
  • ৰাইজে উদ্ধাৰ কৰিছে কিশোৰী তিনিগৰাকীৰ মৃতদেহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in