জাগীৰোডত নৈশ বাছ দুৰ্ঘটনাগ্রস্ত

জাগীৰোডত নৈশ বাছ দুৰ্ঘটনাগ্রস্ত
  • জাগীৰোডত নৈশ বাছ দুৰ্ঘটনাগ্রস্ত।
  • ট্রাকত খুন্দা দ্বীপ ট্রেভেলছ নামৰ নৈশ বাছখনৰ।
  • দুৰ্ঘটনাত আহত বাছখনৰ কেইবাগৰাকীও যাত্রী।
  • গুৱাহাটীৰ পৰা ডিগবৈ অভিমুখী আছিল বাছখন।
  • দুৰ্ঘটনাগ্রস্ত বাছখনৰ নম্বৰ AR 01 M 7943।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in